বিশেষ বাৰ্তা, ২০ জুলাইঃ
📌অসম মটৰ বাহন কৰ অধ্যাদেশ ২০২৩ অনুসৰি জাৰি কৰা হৈছে নিৰ্দেশনাসমূহ।
📌ভিন্ন বাহনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰিখ।
📌৩ লাখ পর্যন্ত চাৰিচকীয়া বাহন পঞ্জীয়নৰ ক্ষেত্ৰত ৪.৫ শতাংশ কৰ।
📌৩-১০ লাখ পর্যন্ত চাৰিচকীয়া বাহনত ৭ শতাংশ কৰ।
📌১০-২০ লাখ পর্যন্ত দামৰ বাহনৰ ক্ষেত্ৰত ১০ শতাংশ কৰ।
📌২০ লাখতকৈ অধিক দামৰ বাহনত পৰিশোধ কৰিব লাগিব ১৪ শতাংশ কৰ।
📌মটৰ চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো বৃদ্ধি পঞ্জীয়ন মাচুল।
📌১ লাখ পর্যন্ত দামৰ মটৰ চাইকেলত ৬ শতাংশ কৰ।
📌১-৩ লাখ পর্যন্ত দামৰ মটৰ চাইকেলত ৮ শতাংশ কৰ।
📌৩ লাখতকৈ অধিক দামৰ বাহনত ৯ শতাংশ পঞ্জীয়ন কৰ।