নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দনা কলিতাক জামিন আদালতৰ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰঃ ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে জামিন। প্ৰতি সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰ হ’ব লাগিব বন্দনা। মহামান্য আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব বন্দনা কলিতাই। উল্লেখ্য যে স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল বন্দনাই।

#বাৰ্তা ডেস্ক

You might also like