স্বাস্থ্যসেৱাত ৬৩৬টা তৃতীয় বর্গৰ চাকৰিৰ সাক্ষাৎকাৰ
🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ ডিচেম্বৰ
অসম স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞাপন অনুসৰি ৰাজ্যৰ বিভিন্ন স্বাস্থ্য প্রতিষ্ঠানত তৃতীয় শ্রেণীৰ পদত (টেকনিকেল) সহায়ক নার্ছ আৰু মিড ৱাইফ (এএনএম)ৰ ৬৩৬টা পদত নিয়োগৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷