আফগানিস্তানত ভূমিকম্প, ৰিখটাৰ স্কেলত প্রাবল্য 5.6
আফগানিস্তান ভূমিকম্প, ৰিখটাৰ স্কেলত প্রাবল্য 5.6
নিউজ ডেস্ক, 16 এপ্রিল: আজি আফগানিস্তানত ৫.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ১২১ কিলোমিটাৰ (৭৫ মাইল) গভীৰতাত। ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু বাগলানৰ পৰা ১৬৪ কিলোমিটাৰ পূবে।