অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান -ত ১৯০টা পদত চাকৰি
🔹 অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান -ত ১৯০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুন
আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷