গুৱাহাটী বিশ্ববিদ্যালয় -ত সহকাৰী পঞ্জীয়কসহ ৭টা পদত চাকৰি
🔹 গুৱাহাটী বিশ্ববিদ্যালয় -ত সহকাৰী পঞ্জীয়কসহ ৭টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ মে’
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যক্ষসহ কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷