নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SSC -ৰ ১৪,৫৮২টা পদত নিযুক্তিৰ যো-জা

🔹 SSC -ৰ ১৪,৫৮২টা পদত নিযুক্তিৰ যো-জা

🔹 আবেদনৰ অন্তিম তাৰিখ ৪ জুলাই

ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাৰ জৰিয়তে পূৰণ কৰিবলগীয়া ১৪ হাজাৰৰো অধিক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like