নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেড -ত ২৪টা পদত চাকৰি

📌 অইল ইণ্ডিয়া লিমিটেড -ত ২৪টা পদত চাকৰি

📌 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন

অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা ২৪টা ভূতত্ত্ববিদৰ ঠিকাভিত্তিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like