নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ইলেকট্ৰনিকছ লিমিটেডত ৪০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন

ভাৰত ইলেক্ট্রনিকছ লিমিটেডৰ ছফ্টৱেৰ বিভাগত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like