ডিমাপুৰৰ পৰা আটক আলফা(স্বা) আৰু NSCNৰ লিংকমেন। নিষিদ্ধঘোষিত সংগঠনৰে যোগাযোগৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে আটক কৰে সুপ্ৰীতম কৌৰক। বৰ্তমান সোণাৰি আৰক্ষী থানাত সুপ্ৰীতম কৌৰক জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে। সুপ্ৰীতম কৌৰৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে। চৰাইদেউ আৰক্ষীয়ে জিলাখনত আলফা আৰু এন এছ চি এনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে নিজৰ অভিযান। এই অভিযানত এইবাৰ ডিমাপুৰৰ পৰা আটক আলফা(স্বা) আৰু NSCN ৰ লিংকমেনৰ অভিযোগ এজনক আটক কৰে আৰক্ষীয়ে।
বিশেষ বাৰ্তা, সোণাৰি : 25 July, 2025