নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত লক ডাউন ঘোষণা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ

  • অসমত লক ডাউন ঘোষণা
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই ঘোষণা
  • ক’ৰোনা সংক্ৰমণৰ বাবে অসম চৰকাৰে লৈছে এই সিদ্ধান্ত
  • মঙলবাৰে ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ ৰাজ্যত লক ডাউন
  • অৱশ্যে লক ডাউনৰ সময়ছোৱাত অব্যাহত থাকিব জৰুৰী সেৱা
  • ফাৰ্মাচী, পেট্ৰ’ল পাম্প খোলা থাকিব
  • লগতে ২৪ ঘণ্টাই খোলা থাকিব মেডিকেল ষ্টৰ
  • মছজিদ, নামঘৰ আদিত ৩ জনতকৈ অধিক লোক সমাগম হ’ব নোৱাৰিব
  • নিৰ্দেশ অমান্য কৰা লোকক ৬ মাহ পৰ্যন্ত জেল
  • অসমৰ সকলো মেডিকেল কলেজত OPD সেৱা সাময়িকভাৱে বন্ধ ৰখা হ’ব
  • এই পৰ্যন্ত অসমত ১৬৯ ক’ৰোনা সংক্ৰমিত লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে
  • যাৰ ভিতৰত ১৪৮ টাৰ নিগেটিভ পোৱা গৈছে
  • আৰু ২১ টাৰ নমুনা এতিয়াও আহিব বাকী আছে
  • সোণাপুৰ অসমাৰিক চিকিৎসালয়ক ক’ৰোনা হাস্পতাল কৰা হ’ব
You might also like