নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেট বিশ্বকাপৰ কাউণ্ট-ডাউন আৰম্ভ, কেতিয়া আৰু ক’ত হ’ব খেল; জানক সম্পূৰ্ণ সূচী

আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ কাউণ্টডাউন আৰম্ভ হৈছে। এইবাৰ ভাৰতে এদিনীয়া বিশ্বকাপ ২০২৫ৰ আয়োজনৰ দায়িত্ব লৈছে। বিশ্বকাপৰ আৰম্ভণিত এতিয়া মাত্ৰ ৫০ দিন বাকী আছে। বিশ্বকাপ ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব, য’ত ভাৰতীয় মহিলা দল শ্ৰীলংকা মহিলা দলৰ সৈতে মুখামুখি হ’ব। এদিনীয়া বিশ্বকাপৰ ফাইনেল ২ নৱেম্বৰত অনুষ্ঠিত হ’ব।

আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ সম্পূৰ্ণ সময়সূচী

তাৰিখ প্ৰতিদ্বন্দ্বী দল স্থান
৩০ ছেপ্টেম্বৰ ভাৰত বনাম শ্ৰীলংকা বেংগালুৰু
১ অক্টোবৰ অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড ইন্দোৰ
২ অক্টোবৰ বাংলাদেশ বনাম পাকিস্তান কলম্বো
৩ অক্টোবৰ ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা বেংগালুৰু
৪ অক্টোবৰ অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা কলম্বো
৫ অক্টোবৰ ভাৰত বনাম পাকিস্তান কলম্বো
৬ অক্টোবৰ নিউজিলেণ্ড বনাম দক্ষিণ আফ্ৰিকা ইন্দোৰ
৭ অক্টোবৰ ইংলেণ্ড বনাম বাংলাদেশ গুৱাহাটী
৮ অক্টোবৰ অষ্ট্ৰেলিয়া বনাম পাকিস্তান কলম্বো
৯ অক্টোবৰ ভাৰত বনাম দক্ষিণ আফ্ৰিকা বিশাখাপট্টনম
১০ অক্টোবৰ নিউজিলেণ্ড বনাম বাংলাদেশ বিশাখাপট্টনম
১১ অক্টোবৰ ইংলেণ্ড বনাম শ্ৰীলংকা গুৱাহাটী
১২ অক্টোবৰ ভাৰত বনাম অষ্ট্ৰেলিয়া বিশাখাপট্টনম
১৩ অক্টোবৰ দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ বিশাখাপট্টনম
১৪ অক্টোবৰ নিউজিলেণ্ড বনাম শ্ৰীলংকা কলম্বো
১৫ অক্টোবৰ ইংলেণ্ড বনাম পাকিস্তান কলম্বো
১৬ অক্টোবৰ অষ্ট্ৰেলিয়া বনাম বাংলাদেশ বিশাখাপট্টনম
১৭ অক্টোবৰ দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা কলম্বো
১৮ অক্টোবৰ নিউজিলেণ্ড বনাম পাকিস্তান কলম্বো
১৯ অক্টোবৰ ভাৰত বনাম ইংলেণ্ড ইন্দোৰ
২০ অক্টোবৰ শ্ৰীলংকা বনাম বাংলাদেশ কলম্বো
২১ অক্টোবৰ দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান কলম্বো
২২ অক্টোবৰ অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড ইন্দোৰ
২৩ অক্টোবৰ ভাৰত বনাম নিউজিলেণ্ড গুৱাহাটী
২৪ অক্টোবৰ পাকিস্তান বনাম শ্ৰীলংকা কলম্বো
২৫ অক্টোবৰ অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা ইন্দোৰ
২৬ অক্টোবৰ ইংলেণ্ড বনাম নিউজিলেণ্ড গুৱাহাটী
২৬ অক্টোবৰ ভাৰত বনাম বাংলাদেশ বেংগালুৰু

 

২৯ অক্টোবৰ : ছেমিফাইনেল ১ – গুৱাহাটী/কলম্বো
৩০ অক্টোবৰ : ছেমিফাইনেল ২ – বেংগালুৰু

২ নৱেম্বৰ : ফাইনেল – কলম্বো/বেংগালুৰু

ভাৰতীয় মহিলা দলে চতুৰ্থবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপৰ আয়োজন কৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় দলে ২০১৩, ১৯৯৭ আৰু ১৯৭৮ চনত বিশ্বকाপ আয়োজন কৰিছিল।

Niyomiya Barta Desk, 11 August, 2025

You might also like