নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত পুত্ৰৰ ভ্ৰমণৰ তথ্য নিদিয়া বাবে পিতা-পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ হাইলাকান্দিত পিতা আৰু পুত্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। চীনৰ পৰা পুত্ৰ সোমবাৰে হাইলাকান্দিৰ গৃহত আহি উপস্থিত হৈছিল। তাৰ পিছতো চিকিৎসকৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল। সম্প্ৰতি যুৱক জনক শিলচৰ মেডিকেল কলেজত কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে।

You might also like