নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বিপদাশংকা : অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে সোৱণশিৰি নৈৰ পানী

অৰুণাচল প্ৰদেশত মুষলধাৰ বৰষুণৰ ফলত ডাপৰিজুত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে সোৱণশিৰি নৈৰ পানী।

যাৰ বাবে NHPCৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা (EWS)ই দিয়া তথ্য মতে ধেমাজি আৰু লখিমপুৰ জিলাত সোৱণশিৰি নৈৰ পানী ৮৫০০ৰ পৰা ৯০০০ কিউমেকলৈ বৃদ্ধি পাব।

সেই অনুসৰি ধেমাজি আৰু লখিমপুৰৰ জিলা প্ৰশাসনক সতৰ্কীকৰণ ব্যৱস্থা লবলৈ আহ্বান জনাইছে NHPCয়ে।

Niyomiya Barta Desk, 30 August

You might also like