নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ।

SITএ গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামীক।

জুবিন গাৰ্গৰ লগত একেলগে ছিংগাপুৰলৈ গৈছিল শেখৰজ্যোতি গোস্বামী।

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু কাণ্ডৰে নাম সাঙোৰ খোৱা প্ৰথমজন অভিযুক্ত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ।

জালুকবাৰীৰ গাড়ীগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামীক।

নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ ছিংগাপুৰ যোৱাৰ সংগী আছিল শেখৰজ্যোতি।

আজি পুৱাৰে পৰা SITএ শেখৰৰ ঘৰত চলাইছিল অভিযান।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ ছেপ্টেম্বৰ

You might also like