আজি ২৭ ছেপ্টেম্বৰ, আহিন মাহৰ ১০ তাৰিখ
শনিবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই
মেষ : নতুন কোনো শুভ সংবাদ আহিব পাৰে৷ বন্ধুবর্গৰ পৰা আন উৎসাহ পাব৷ আর্থিক লাভ৷ মনত শান্তি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
বৃষ : কর্মত উদাৰতা থাকিব৷ আর্থিক সম্পদ লাভ৷ প্রেমত মধ্যম৷ বন্ধুৰ পৰা উপকৃত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
মিথুন : খং নকৰিব৷ কর্মস্থানত কিছু জটিলতা৷ আত্মবিশ্বাস বৃদ্ধি৷ শাৰীৰিক-মানসিক কষ্ট বৃদ্ধি৷ বজৰংবলীক পূজা কৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩৷
কর্কট : কর্মত উন্নতিৰ যোগ৷ সততাৰ পৰিচয় দিব৷ ধনৰ চিন্তা বৃদ্ধি৷ বিদ্যা বুদ্ধিত শুভ৷ প্রেমত মধ্যম৷ শুভ সংখ্যা ৬৷ শুভ ৰং সেউজীয়া৷
সিংহ : কর্মত উন্নতি৷ নিবনুৱাৰ কর্ম সংস্থাপনৰ যোগ৷ শিল্পী, সাহিত্যিক, ৰাজনীতিবিদৰ সন্মান বৃদ্ধি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৮৷
কন্যা : শুভ সংবাদ পাব৷ যান-বাহন লাভৰ যোগ৷ দাম্পত্যত বুজাবুজি৷ বিদ্যাত শুভ৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷
তুলা : আশা মতেই সফলতা অর্জন কৰিব পাৰিব৷ সহকর্মীৰ পৰা সাৱধান৷ বেল গছৰ তলত পানী দিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷
বৃশ্চিক : কর্মস্থানত মধ্যম৷ শত্রু কমিব৷ পাৰিলে দুখীয়াক দান কৰিব৷ সংযমী চিন্তাশীল দিশ প্রকাশ পাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
ধনু : নতুন কর্ম সংস্থাপন৷ ভবা মতে আনন্দ লাভ৷ আর্থিক মধ্যম, শত্রু বাঢ়িব৷ প্রদূষণৰ পৰা সাৱধান৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৪৷
মকৰ : কর্মত উন্নতিৰ চিন্তা৷ খং-ৰাগ-ক্ষোভ কমাওক উন্নতি হ’ব৷ ইলেক্ট্রনিক সামগ্রীৰ পৰা সাৱধান৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৫৷
কুম্ভ : গুৰুৰ কৃপা লাভ কৰিব৷ বিদ্যাত শুভ৷ জুইৰ পৰা সাৱধান৷ ব্যৱসায়ীৰ উন্নতি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ১৷
মীন : যান-বাহনৰ পৰা সাৱধান৷ ধৈর্যৰ প্রয়োজন৷ কর্মত পদোন্নতি। শিৱ মন্দিৰ দর্শন কৰক৷ নিৰামিষ আহাৰ গ্রহণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷