নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা মাজুলী-ত আৰম্ভ ৰাসোৎসৱৰ আখৰা

আজি লক্ষ্মী পূৰ্ণিমা। আজিৰে পৰাই ৰাস উৎসৱৰ আখৰ আৰম্ভ হব। এমাহ ধৰি আখৰা হব।

বাঁহীৰ মাতত মাজুলীলৈ সন্ধিয়া নামিব। খোল তালৰ শব্দত প্ৰতিখন সত্ৰ আৰু গাঁৱৰ মঞ্চত ৰাতি পুৱাব। লক্ষ্মী পূজাৰ পুৱাৰে পৰাই দ্বিতীয় গকুল, বৃন্দাবনলৈ ৰূপান্তৰিত হব সত্ৰভূমি মাজুলী।

৫ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰত অনুষ্ঠিত হব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

নিয়মীয়া বাৰ্তা ডেস্ক, ৬ অক্টোবৰ

You might also like