বটদ্ৰৱা-ত বন্যহস্তীৰ তাণ্ডৱ, আতংকিত গঞা
- বটদ্ৰৱা-ত বনৰীয়া হাতীৰ তাণ্ডৱ।
- খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে এটা প্ৰকাণ্ড বন্যহস্তী।
- নষ্ট কৰিছে শালি ধানৰ খেতি।
- বটদ্ৰৱাৰ কোবাইকটা, ধনীয়াভেটি, লালুং গাঁও, ভোমোৰাগুৰি আৰু বৰ্তমান বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ মহাবিদ্যালয়ৰ সমীপৰ পথাৰত বন্যহস্তীটোৱে বিচৰণ কৰিআছে।
- বন্যহস্তীৰ বিচৰণ কৰাত আতংকিত হৈ পৰিছে ৰাইজ।
- বন বিভাগক জনোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে বিভাগৰ বিষয়া কৰ্মচাৰী।
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ