নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

  • আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
  • মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক
  • লগতে বিয়লি প্ৰায় ৪:৩০ বজাত ছিংগাপুৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে
  • নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো কৰিব সাক্ষাৎ
  • আনহাতে নিশাই কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানকো সাক্ষাৎ কৰিব।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like