মৈৰাবাৰীৰ মাছৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
- মৈৰাবাৰী বজাৰৰ মাছৰ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড
- জাবৰৰ দ’মৰ পৰা জুইৰ সূত্ৰপাত হয়
- ১০খনতকৈ অধিক দোকান জুইত ভস্মীভূত হয়
- হোটেল, গেলামাল, পাইকাৰী মাছৰ কাটাৰ লগতে মাছ-মঙহৰ দোকান জুইত জাহ যায়
- প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয়
- অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে বহু চেষ্টাৰ অন্তত জুই নির্বাপণ কৰিবলৈ সক্ষম হয়।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ