পুনৰ অসুস্থ জুবিনপত্নী গৰিমা গাৰ্গ
পুনৰ অসুস্থ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ। মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা গাৰ্গক।
মানসিক উদ্বেগজনিত সমস্যাৰ ফলত গৰিমাৰ অসুস্থতা দেখা দিছে বুলি জানিব পৰা গৈছে। চিকিৎসকৰ মতে, বৰ্তমান গৰিমা গাৰ্গৰ স্বাস্থ্য অৱস্থা সুস্থিৰ।
জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰা গৰিমা গাৰ্গে মাজে মাজে অসুস্থতাৰ সমস্যাত ভুগি আহিছে।
ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ