নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি হাতী-মানুহৰ সংঘাত : বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

  • বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ।
  • ৰাজ্যত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ।
  • তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং টকৌৱনিত নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ।
  • বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল চামডাং টকৌৱনি নিৱাসী অজয় ভূমিজ নামৰ এজন লোকৰ।
  • খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে আক্ৰমণ কৰে অজয়ক।
  • বন্যহস্তীৰ আক্ৰমণত থিতাতেই নিহত হয় অজয় ভূমিজৰ।
  • নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে মৃতদেহটো৷

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like