নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’হবন্ধা চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গ’ল বৃদ্ধাক, চাঞ্চল্য

হত্যাকাৰীয়ে পৰিধান কৰা টুপীৰ লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গল ৰাজপথত

  • যোৰহাটৰ ম’হবন্ধা চাহ বাগিচাত হত্যাকাণ্ড।
  • চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী বৃদ্ধাক।
  • কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰে কুন্তি তাঁতি নামৰ মহিলাগৰাকীক।
  • হত্যাকাৰীয়ে পৰিধান কৰা টুপীৰ লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গল ৰাজপথত।
  • ঘটনাস্থলীত পুলিবৰ আৰক্ষীৰ থানা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ

You might also like