নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাৱহ ঘটনা : ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যু ৮টাকৈ বন্যহস্তীৰ

কামপুৰ-যমুনামুখৰ মাজৰ চানজুৰাইত শোকাৱহ ঘটনা।

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যু ৮টাকৈ বন্যহস্তী।

৫টাকৈ দবাও লাইনচ্যুত।

সৌভাগ্যৰ কথা কোনো লোকৰ একো ক্ষয় ক্ষতি হোৱা নাই।

নিৰাপদে  আছে সকলো যাত্ৰী।

বন বিভাগৰ লোকৰ লগতে তৎপৰতাৰে কাম কৰিছে সকলোৱে।

ৰে’ল যোগাযোগ সম্পূৰ্ণ বন্ধ।

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like