নিয়োগ বাৰ্তা : অইল ইণ্ডিয়াৰ মার্কেটিং ডিভিজনত ৫০৯টা পদ মুকলি
🔹 আবেদনৰ অন্তিম তাৰিখ ৯ জানুৱাৰী
ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ মার্কেটিং ডিভিজন, ইষ্টার্ন ৰিজনত ৫ শতাধিক পদত নিযুক্তিৰ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷
Online Application Form : NATS | NAPS
Advertisement Details : Click Here
Official Website : Click Here
