Santro-Eeco বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, আহত ১১
- বছৰৰ অন্তিমটো দিনত পুৰণিগুদাম গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- SANTRO আৰু EECO বাহনৰ মাজত মুখামুখি সংঘৰ্ষ
- পথ দুৰ্ঘটনাটোৰ ফলত সংকটজনক অৱস্থাত শিশু-মহিলা সহ ১১গৰাকীকৈ লোক।
- AS12 AH 9227 নম্বৰৰ EECO আৰু AS01AZ 0225 নম্বৰৰ SANTROবাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত পথ দুৰ্ঘটনাটো।
- দুয়োখন বাহনৰে আহত ১১গৰাকীকৈ লোকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে প্ৰেৰণ NMCHলৈ।
- নগাঁও চহৰৰ পৰা চামগুৰি অভিমুখে আহি থকা অৱস্থাত SANTRO বাহনখনৰ চকা পামচাৰ হোৱাৰ ফলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা EECO বাহনখনত তীব্ৰ জোৰেৰে মুখামুখী খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো
- পথ দুৰ্ঘটনাটোৰ ফলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ।
নিয়মীয়া বাৰ্তা, চামগুৰি, ৩১ ডিচেম্বৰ