নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ কভিড-১৯ এ দেশজুৰি সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে দান বৰঙণি আগবঢ়াইছে ।
ইয়াৰ সমান্তৰালকৈ শুকুৰবাৰে কেন্দ্ৰীয় বিদ্যালয় সংগঠন (KVS) ৰ সমূহ সদস্যই ক’ৰোনাৰ সৈতে যুঁজৰ বাবে ১০.৪০ কোটি টকা আগবঢ়ায়।
Kendriya Vidyalaya Sangathan (KVS) employees, both teaching and non-teaching staff, have donated Rs 10.40 Crores to #PMCaresFund to fight against #COVID19 pic.twitter.com/jKnlHu164E
— ANI (@ANI) April 3, 2020