নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ জানুৱাৰী, মাঘ মাহৰ ১৪ তাৰিখ, মঙলবাৰ

মেষ : প্রত্যক্ষভাৱে কার্য সিদ্ধি৷ ব্যৱসায়ত উন্নতি, ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা৷ ভ্রমণ কৰোঁতে গণেশৰ নাম স্মৰণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷

বৃষ : পৰিশ্রম বৃদ্ধি। অর্থ লাভ৷ ভ্রমণত শুভ৷ অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মিথুন : কর্মব্যস্ততা বৃদ্ধি৷ সন্মান বৃদ্ধি৷ কর্তব্যৰ প্রতি নিষ্ঠা থাকিব৷ গোপন শত্রু বৃদ্ধি৷ ভ্রমণ পূব দিশৰ পৰা কৰিব৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৯৷

কর্কট : মাংগলিক তৎপৰতা বৃদ্ধি৷ কার্যক্ষেত্রত মাধ্যম৷ প্রেমত শুভ৷ দূৰ সুযোগৰ পৰা আনন্দিত হ’ব৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৫৷

সিংহ : কর্মক্ষেত্রত উন্নতি৷ জেদ ভাব ত্যাগ কৰক, নহ’লে ক্ষতি হ’ব৷ গোপন শত্রু বৃদ্ধি৷ অর্থ লাভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৩৷

কন্যা : কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ ব্যৱসায়ত উন্নতি৷ খৰচ বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৪৷

তুলা : সন্মান বৃদ্ধি৷ ভ্রমণ কৰোঁতে সাৱধান হওক৷ কর্মত উন্নতি৷ নিবনুৱাৰ কর্মসংস্থাপন৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷

বৃশ্চিক : ৰাজনীতিক, শিল্পী, সাংবাদিকৰ সুখ্যাতি৷ কর্মত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷

ধনু : কর্মব্যস্ততা বৃদ্ধি৷ গণেশৰ নাম স্মৰণ কৰক৷ বিদ্যাত শুভ৷ দূৰ ভ্রমণৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

মকৰ : বিবাহৰ যোগ৷ আয়–ব্যয় সমান৷ ভ্রমণত মধ্যম৷ কর্মত উন্নতি৷ নতুন বস্ত্র ক্রয় কৰিব পাৰিব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ২৷

কুম্ভ : ফুৰা-চকাত সতর্ক হওক৷ কর্মস্থানত উন্নতি বৃদ্ধি। বন্ধুৰ পৰা উৎসাহ পাব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৩৷

মীন : অর্থ লাভ৷ আশাবাদী চিন্তাত ব্রতী৷ সন্মান বৃদ্ধি৷ নতুন যোগাযোগে অধিক আনন্দ দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

You might also like