নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি শ্যামকানু–সিদ্ধাৰ্থৰ জামিনৰ শুনানি

  • আজি শ্যামকানু মহন্ত–সিদ্ধাৰ্থ শৰ্মাৰ জামিন শুনানি।
  • আজি আদালতত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ’ব।
  • ১০ এপ্ৰিল তাৰিখে শ্যামকানুৱে আদালতত নিজৰ জামিন আবেদন দাখিল কৰিছিল।
  • আনহাতে, ২০ এপ্ৰিল তাৰিখে সিদ্ধাৰ্থ শৰ্মায়ো আদালতত জামিন আবেদন দাখিল কৰিছিল।
  • আজি অনুষ্ঠিত হ’বলগীয়া এই শুনানিক কেন্দ্ৰ কৰি গোচৰটোৰ পৰৱৰ্তী দিশ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক, ২২ এপ্ৰিল

You might also like