ধেমাজিত ভয়ংকৰ দুৰ্ঘটনাত নিহত ২ কৰ্মচাৰী
- নিশা ধেমাজি হাঁহচৰাত দুৰ্ঘটনাগ্ৰস্ত গ্ৰেণ্ড ভিটাৰা গাড়ী।
- পথৰ গাড়ী গৈ সোমালগৈ পানীত।
- ধেমাজি SBIৰ দুজন কৰ্মচাৰী গাড়ীখন পানীত ডুব যোৱা অৱস্থাতে মৃত্যু।
- কৰ্মচাৰী দুজন ক্ৰমে হীৰক জ্যোতি মিলি (কেচিয়াৰ) আৰু ৰাতুল কোঁৱৰ (একাউনটেন্ট)।
- দুয়ো ধেমাজি SBI-ত কৰ্মৰত আছিল।
ডিজিটেল ডেস্ক, ২২ জুন