নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী

  • বোকাখাতৰ গড়মূৰত দুৰ্ঘটনা।
  • থিতাতে নিহত দুই বাইক আৰোহী ।
  • গড়মূৰৰ ঘগৰা দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।
  • ৰজাবাৰীৰ পৰা বোকাখাত অভিমুখে গৈ থকা বাইকখনত আছিল দুই যুৱক।
  • যুৱকদ্বয়ৰ বাইকখনে মুখামুখিকৈ খুন্দা মাৰে এখন চলন্ত তেল পৰিবাহী টেংকাৰত।
  • ফলত ঘটনাস্থলীতে নিহত হয় যুৱকদ্বয়।

ডিজিটেল ডেস্ক, ২৩ জুন

You might also like