বোকাখাতত দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী
- বোকাখাতৰ গড়মূৰত দুৰ্ঘটনা।
- থিতাতে নিহত দুই বাইক আৰোহী ।
- গড়মূৰৰ ঘগৰা দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।
- ৰজাবাৰীৰ পৰা বোকাখাত অভিমুখে গৈ থকা বাইকখনত আছিল দুই যুৱক।
- যুৱকদ্বয়ৰ বাইকখনে মুখামুখিকৈ খুন্দা মাৰে এখন চলন্ত তেল পৰিবাহী টেংকাৰত।
- ফলত ঘটনাস্থলীতে নিহত হয় যুৱকদ্বয়।
ডিজিটেল ডেস্ক, ২৩ জুন