নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

  • মহানগৰীৰ মালিগাঁও পাণ্ডুত ভয়্ংকৰ পথ দুৰ্ঘটনা।
  • পাণ্ডু কেবিনত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।
  • এতিয়ালৈকে পৰিচয় জানিব পৰা হোৱা নাই মৃত যুৱকৰ।
  • পাণ্ডু ৰাজপথত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে ৰঙা টি চাৰ্ট পৰিধিত মৃত যুৱকজন।
  • দুখন স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like