নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত তেলৰ পাইপ লাইনত বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২৭ মেঃ তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলক্ষেত্ৰত বিস্ফোৰণ আজি পুৱা সংঘটিত হয় এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই যদিও এক ভয়ংকৰ শব্দই কঁপাই যায় সমগ্ৰ অঞ্চল। এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই যদিও। আনহাতে অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

You might also like