নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ আৰু এজন চিকিৎসক ক’ৰোনাত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৪জুনঃ ৰাজ্যত পুনৰ এজন চিকিৎসক ক’ৰোনাত আক্ৰান্ত। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক গীতাৰ্থ বৰদলৈ ক’ৰোনাত আক্ৰান্ত হৈছে। ক’ৰোনাৰ চিকিৎসা সমাপ্ত কৰি তাজ ভিভাণ্টাত ৭দিনৰ কোৱাৰেণ্টাইনত আছিল চিকিৎসকজন। তাজ ভিভাণ্টাৰ ৭দিনৰ পাছত ৭দিন পুনৰ গুৱাহাটীৰ নিজা ঘৰত হোম কোৱাৰেণ্টাইনত আছিল বৰদলৈ। SWAB টেষ্টৰ ফলাফল পজিটিভ অহাত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ডাঃ বৰদলৈ।

 

You might also like