- দিছপুৰত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ সংবাদমেল
- কেবিনেট বৈঠক সন্দৰ্ভত সংবাদমেল
- বৈঠকত গৃহীত ‘অৰুন্ধতী আঁচনি’
- সদ্য বিবাহিতা কইনাক দিয়া হ’ব এতোলাকৈ সোণ
- বিবাহ পঞ্জীয়ন হ’লে কইনাই পাব এতোলাকৈ সোণ
- এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব ৮০০কোটি টকা
- সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ৱ শৰ্মাৰ
- বিবাহ পঞ্জীয়ন হ’লে ১৮ বছৰৰ তলত বিয়া দিব নোৱাৰিব
- এই ব্য়বস্থাই বাল্যবিবাহৰ পৰম্পৰা নোহোৱা কৰিব
- ২০২০ৰ ১ জানুবাৰীৰ পৰা কাৰ্যকৰী হ’ব এই আঁচনি
- ২০২০ৰ ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীয়ে পাব সোণ
- প্ৰথম হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব
- মেট্ৰিক পাছ নকৰাসকলে নাপাব এই সুবিধা
- দৰা-কইনা উভয়ে মেট্ৰিক পাছ কৰা হ’ব লাগিব
- চাহবাগিচা-আদিবাসীৰ বাবে শিক্ষাগত অৰ্হতা নালাগে
- বাৰ্ষিক আয় ৫লাখৰ তলৰ পৰিয়ালে পাব এই সুবিধা
- আঁচনিৰ সুবিধা পাবলৈ স্পেছিয়েল মেৰিজ এক্ট ১৯৫৪ৰ অধীনত পঞ্জীয়ন হ’ব লাগিব
- ২০২০ৰ ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীয়ে পাব সোণ