নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ গুৱাহাটী মহানগৰীত লকডাউনৰ নতুন নিয়ম । সেই অনুসৰি আজি প্ৰকাশ কৰিছে এখন নতুন গাইডলাইন ।
লকডাউন শিথিলতাক লৈ নতুন গাইডলাইন অনুসৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামালৰ দোকান ।
আনহাতে অকলশৰীয়াকৈ থকা দোকানহে খোলাৰ অনুমতি দিয়া হৈছে ।
পুৱা ১১বজাৰ আবেলি ৪বজালৈ থাকিব দোকান খুলিব পাৰিব ।
ঘৰে ঘৰে ফল-মূল শাক-পাচলি বিক্ৰীৰ অনুমতি