ক’ৰোনাৰ ভয়ংকৰ ৰূপ, পুনৰ ৬গৰাকী লোকৰ মৃত্যু, মৃতকৰ সংখ্যা ৪৬
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাজ্য়ত পুনৰ ৬গৰাকী লোকৰ মৃত্য়ু। ক’ৰোনাই ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈছে ৰাজ্য়ত মৃত লোককেইজন -স্নেহা মল(৩৬), লিটু কুমাৰ বৰা (৩৭), শৰত চন্দ্ৰ চহৰীয়া (৬০), উপেন্দ্ৰ নাথ (৬২) প্ৰমোদ ৰঞ্জন সাহা(৭৩), সুভকৰণ দুধেৰিয়া(৭৩)।
আটাইৰে মৃত্যুত শোক প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত সংখ্য়া ৪৬জনলৈ বৃদ্ধি ।
We lost Ms Sneha Mall (36), Sri Litu Kumar Bora (37), Sri Sarat Ch Saharia (60), Sri Upendra Nath (62), Sri Pramod Ranjan Saha (73) & Sri Subhakaran Dudheria (73) today. They succumbed to #COVID19 as per Death Audit Board report.
My prayers, and condolences to the families.
— Himanta Biswa Sarma (@himantabiswa) July 14, 2020