বলীউদৰ ছবিত অসমৰ কণমানি
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যবাসীৰ বাবে সুখবৰ। বলীউদৰ ছবিত অভিনয় কৰিছে অসমৰ এগৰাকী কণমানিয়ে। যোৰহাটৰ কণমানি তমন্না চৌধুৰীয়ে অভিনয় কৰিছে অটকন-ছটকন নামৰ ছবিখনত। তমন্না চৌধুৰীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে সকলো। অহা ৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে।