নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুড ডেলিভাৰী এক সম্ভাৱনা…

প্রপ্রীতি গগৈ সন্দিকৈ

নির্দিষ্ট এপ অথ্বা ৱ্বেছাইটত ক্লিক কৰি আমি মন পছন্দৰ খাদ্যসামগ্রী াছনি কৰোঁ আৰু দহ মিনিট অথ্বা আধাঘণ্টাৰ ভিতৰত ঘৰৰ দুৱাৰডলিত গৰম গৰম, এইমাত্র ৰন্ধা সুস্বাদু খাদ্য হাজিৰ৷ এয়া তমান এক সুলভ দৃশ্য৷ ঘৰতে হি একো কষ্ট নকৰাকৈ ৰেষুটৰেণ্টৰ চাওমিন, পিজ্জা, ৰ’ল, ফ্রাইড ৰাইচ অথ্বা আপুনি যি খাদ্য খাবলৈ পছন্দ কৰে সেয়া লাভ কৰাটো চাৰি–পাঁচ ছৰৰ আগতে আমাৰ ােব ক্বিা আচহুৱা বিষয় আছিল৷ ইণ্টাৰনেটৰ পূর্েবও এই ডেলিভাৰী প্রথাৰ আংশিক প্রচলন আছিল৷ তাৰ ােব এখন স্থানীয় হোটেল া ৰেষুটৰেণ্টলৈ টেলিফোনযোগে খাদ্য সামগ্রীৰ অর্ডাৰ কৰা হৈছিল হোম ডেলিভাৰীৰ ােব৷ কিন্তু এই সুবিধা কেৱল নগৰে চহৰে াস কৰাসকলেহে লাভ কৰ্বিলৈ সক্ষম হৈছিল৷ তমান আধুনিক পৃথিৱীত ইণ্টাৰনেটৰ হুল ৱহাৰৰ ােবই এই সুবিধা সকলোৰে ােব সম্ভৱ হৈ উঠিছে আৰু লাহে লাহে গঢ়ি উঠিছে ফুড ডেলিভাৰীৰ ৱসায়সমূহ আৰু হু লোকে এই ৱসায়ৰ জৰিয়তে সফলতা লাভ কৰ্বিলৈ সক্ষম হৈছে৷ তমান ভাৰত্বর্ষত এই ই–ব্যৱসায় দোপতদোপে দ্ধি পাইছে৷
পোনপ্রথমে আমেৰিকা যুক্তৰাষ্ট্রত এই ফুড ডেলিভাৰী প্রথাৰ প্রচলন হৈছিল ১৯৯৫ চনত‘world wide waiter’ নামেৰে৷ যিটো তমানwaiter.com নামেৰে পৰিচিত৷ ষ্টেনফ’ড ইউনিভার্ছিটীৰ ক্রেইগ ক’হেন আৰু মাইকেল এডেল্বার্গে পোনপ্রথম্বাৰৰ ােব এই ফুড ডেলিভাৰী ৱসায় আৰম্ভ কৰে৷ ২০১৪ চনতswiggy–এ ভাৰতত খাদ্যসামগ্রী ঘৰে ঘৰে যোগান ধৰা কোম্পানী হিচাপে আত্মপ্রকাশ কৰে৷ এই কোম্পানীটোৱে গ্রাহকৰ পৰা অর্ডাৰ লৈ ৰেষুটৰেণ্টৰ পৰা খাদ্য সামগ্রী লৈ ঘৰে ঘৰে যোগান ধৰাৰ কাম কৰে৷ তমানswiggy য়ে গোটেই ভাৰত্বর্ষৰ চুকে–কোণে নিজৰ ৱসায়ৰ সম্প্রসাৰণ কৰ্বিলৈ সক্ষম হৈছে৷ ইয়াৰ পাছতে আমিzomatoৰ নাম ল’ পাৰোঁ৷zomato হ’ল ভাৰতৰ প্রথমটো ফুড ডেলীভাৰী এপ৷ ই কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই, বিশ্বৰ হুকেইখন আগশাৰীৰ দেশতzomato–এ কাম কৰি আছে৷ ইয়াৰ পিছত আৰু হুকেইটা কোম্পানী আৰু ক্তিগতভাৱে হু লোকে এই ৱসায় আৰম্ভ কৰিছে৷
২০২০ চনটো সকলোৰে জীৱন র্ন্বিাহৰ ােব এক প্রত্যাহ্বানৰূপে থিয় দিছিল৷ লকডাউনৰ ােব কোনো কোনোৱে নিজৰ চাকৰি হেৰুৱাইছিল৷ অসমৰ হু যুৱক াহিৰত কর্মৰত হৈ আছিল, যিসকল ঘৰলৈ ঘূৰি আহিছিল৷ তেওঁলোকে নতুনকৈ ক্বিা কৰাৰ ােব আপ্রাণ চেষ্টা কৰিছিল৷ কোনোৱে খেতিত ধৰিছিল, আকৌ কোনোৱে ৱসায়ত৷ তেনেকৈয়ে হু শিক্ষিত যুৱকে ফুড ডেলিভাৰীৰ দৰে ৱসায় অসমৰ চুকে–কোণে আৰম্ভ কৰিছিল আৰু তেওঁলোকে ইতিমধ্যে এইক্ষেত্রত সফলতা অর্জন কৰ্বিলৈ সক্ষম হৈছে৷ শাক–পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্যসামগ্রী যোগান ধৰি অসমৰ হুকেইজন যুৱক নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো নিযুক্তি প্রদান কৰিছে৷
যিসকলে এই ৱসায় কৰ্বি বিচাৰে তেওঁলোকে অনলাইন এই ৱসায় আৰম্ভ কৰ্বি পাৰে৷ অৱশ্যে এইটো ঠিক যে আপুনি য’ত ৱসায় আৰম্ভ কৰ্বি সেই ঠাইখিনিত ইণ্টাৰনেটৰ সুবিধা উপলব্ধ হ’ লাগ্বি আৰু নেটৱর্কৰ অসুবিধা থাক্বি নালাগ্বি৷ কিয়নো গ্রাহকে খুব কম সময়ৰ ভিতৰতে তেওঁৰ পছন্দৰ খাদ্য ঘৰতে পাবলৈকে এই বিশেষ ৱস্থাৰ ৱহাৰ কৰে৷ গ্রাহকৰ ােব প্রতি ছেকেণ্ড সময়ৰ মূল্য আছে৷ সেই অনুপাতে ৰান্ধনীৰ লগতে ডেলিভাৰী য় সকলো সময়তে সষ্টম হৈ থাক্বি লাগ্বি৷
অনলাইন আৰম্ভ কৰ্বিলৈ বিচৰা এই ফুড ডেলিভাৰী ৱসায়ৰ ােব বিজ্ঞাপন বিভিন্ন জনপ্রিয় াতৰিকাকত, ৱ্বে পর্টেল অথ্বা ছ’চিয়েল মিডিয়াত আপুনি প্রচাৰ কৰ্বি লাগ্বি৷ তমান প্রতিজন ক্তি ছ’চিয়েল মিডিয়াৰ সৈতে ওতপ্রোতভােব জডিত৷ ফেইচ্বুক পেইজ, ইউটিউব, ইনষ্টাগ্রাম আদিৰ দৰে মঞ্চসমূহ ৱহাৰ কৰি নিজৰ প্রতিটো খাদ্যসামগ্রীৰ ফটোসহিত আপুনি প্রদান কৰা অফাৰসমূহ তাত প্রচাৰ কৰ্বি লাগ্বি৷ তেতিয়াহে গ্রাহকক আকর্ষণ কৰ্বি পাৰ্বি৷
তমান অসমৰ প্রেক্ষাপটত চালে দেখ্বিলৈ পোৱা গৈছে যে যুৱক–যুৱতীসকল এই ৱসায়ৰ সৈতে জডিত হৈ পৰিছে আৰু লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রচাৰ কৰি যথেষ্ট লাভান্বিত হোৱাৰ লগতে এক সুকীয়া পৰিচয় গঢ়ি তুল্বিলৈ সক্ষম হৈছে৷ তমান ফুড ডেলিভাৰীৰ জৰিয়তে েবছিকৈ লাভান্বিত হৈছে গৃহিণীসকল৷ মহিলাসকলে ঘৰতে বিভিন্ন খাদ্যসামগ্রী প্রস্তুত কৰি অনলাইনৰ জৰিয়তে এই ৱসায় আৰম্ভ কৰিছে৷ আজিকালি অসমতো মহিলাসকলে কেক, পিঠা–পনা, আচাৰ, বিভিন্ন ফাষ্টফুড নিজে প্রস্তুত কৰি অনলাইনযোগে বিক্রী কৰি স্বাৱলম্বী হ’লৈ সক্ষম হৈছে৷ ঘৰতে থাকি নিজক স্বাৱলম্বী কৰ্বিলৈ এই ফুড ডেলিভাৰী ৱস্থাই মহিলাসকলক যথেষ্ট সহায় কৰিছে৷ আনহাতে, এই ৱস্থাৰ জৰিয়তে যুৱকসকলেও নিযুক্তি লাভ কৰি স্বাৱলম্বী হ’লৈ সক্ষম হৈছে৷
প্রযুক্তিবিদ্যাৰ প্রসাৰৰ লগে লগে ফুড ডেলিভাৰীয়ে ন ন ধৰণে নিজ সেৱা প্রদান কৰি আহিছে৷ তমান এই ফুড ডেলিভাৰী ৱস্থাই বিনামূলীয়াকৈ ঘৰতে খাদ্য যোগান ধৰাৰ ােবও জনপ্রিয় হৈ পৰিছে৷ আধুনিক জীৱন শৈলীত ফুড ডেলিভাৰী ৱস্থাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতেও কৰি থাক্বি৷

You might also like