নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজন্তা নেওগৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ অজন্তা নেওগক গোলাঘাট জিলা কংগ্ৰেছ সভানেত্ৰীৰ পদৰ পৰা অপসাৰণ ৷ গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ প্ৰদেশ কংগ্ৰেছৰ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপনে বৈঠকত মিলিত হৈছিল। ইয়াৰ পাছতে বিজেপিত যোগদান কৰিব বুলি সন্দেহ কৰা হৈছিল সেয়ে প্ৰদেশ কংগ্ৰেছে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ।

এই সন্দৰ্ভত ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উজনি অসমত কংগ্ৰেছত মোক্ষম আঘাত হানিব বুলি আশংকা কৰা হৈছে।

 

 

You might also like