নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম

নিয়মীয়া বাৰ্তা, ৩০ মেঃ পুনৰ ভূমিকম্পই জোকাৰিলে অসম। দেওবাৰে আবেলি প্ৰায় ২:২৩ বজাত ৪.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম।

নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীৰ তথ্য মতে, ভূমিকম্পৰ উৎপত্তিস্থল আছিল তেজপুৰৰ পৰা ৪০ কিলোমিটাৰ পশ্চিমে শিঙিমাৰি গাঁও।

এইমূহুৰ্তলৈকে ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।

You might also like