নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগৰতলাত ৯৫ লাখ টকাৰ সোণ জব্দ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বুধবাৰে ত্ৰিপুৰাৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আগৰতলাৰ পৰা জব্দ কৰে ২.২৬৭ কিলোগ্ৰাম ওজনৰ সোণ । ১২ টা সোণৰ বিস্কুট আৰু ৪ টা সোণৰ বাৰ মূল্য ৯৫ লাখ টকা । উল্লেখ্য যে, বাংলাদেশৰ পৰা জাহাংগীৰ হাচান নামৰ এজন লোকে আনিছিল এই সোণখিনি । বৰ্তমান জাহাংগীৰ হাচান সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

You might also like