নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক স্কুললৈ পঠিয়াই পিতৃ–মাতৃয়ে নির্মাণ কৰে পর্ণ ছবি

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ সন্তানক বিদ্যালয়লৈ পঠিয়াই ঘৰতে এক দম্পতীয়ে প্রাপ্তবয়স্কৰ বাবে ভিডিঅ’ শ্বুট কৰিছিল৷ অভিনয় কৰিছিল নিজেই৷ বিগত মাত্র কেইটামান মাহৰ ভিতৰত এই পর্ণ ভিডিঅ’ বিক্রী কৰি দম্পতীয়ে লাভ কৰিবলৈ সক্ষম হৈছে পাঁচ লাখ পাউণ্ড৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত পাঁচ কোটি টকা উপার্জন কৰিছে পর্ণ ভিডিঅ’ বিক্রী কৰি৷

ব্রিটিছ এই দম্পতী এতিয়া সংকটত পৰিছে৷ উপার্জনৰ সহজ পথ গ্রহণ কৰি জেছ নামৰ মহিলাগৰাকীয়ে নিজ স্বামী মাইক মিলাৰৰ সৈতে কম দিনৰ ভিতৰতে নিজৰ ভাগ্য সলনি কৰিবলৈ সক্ষম হৈছে যদিও এতিয়া তেওঁলোকে বাহিৰলৈ ওলালে বিভিন্নজনৰ ককর্থনাৰ সন্মুখীন হ’বলগীয়া হয়৷ গতিকে এক আঢ়্যৱন্ত জীৱন যাপনৰ মাজতো তেওঁলোক তীব্র অস্বস্তিত পৰিছে৷

You might also like