নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীক হত্যা কৰা জাপানৰ নার্ছ কুব’কিক যাৱজ্জীৱন কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ পাঁচ বছৰ পূর্বে ৭০–৮০ বছৰীয়া কেইবাগৰাকীও ৰোগীক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে জাপানৰ নার্ছ আয়ুমি কুব’কিক৷ য়োক’হামাৰ আদালতে কুব’কিক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনাইছে৷

উল্লেখনীয় যে ৩৬ বছৰীয়া নার্ছগৰাকীয়ে মাত্র দুটা মাহৰ ভিতৰত কমপক্ষেও ২০গৰাকী ৰোগীক হত্যা কৰা বুলি আৰক্ষীয়ে অভিযোগ আনিছিল৷

You might also like