নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAAৰ নীতি-নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ

সমগ্ৰ বিষয়টো সোনকালে মীমাংসা হ'বঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • CAAৰ নীতি নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ
  • নাগৰিকত্ব পাবৰ বাবে প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা
  • নতুন দিল্লীত অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক
  • বৈঠকত অংশগ্ৰহণ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ
  • কেন্দ্ৰীয় চৰকাৰক বিধিৰ বিৱৰণ অসম চৰকাৰৰ
  • সমগ্ৰ বিষয়টো সোনকালে মীমাংসা হ’বঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
  • আৱেদনৰ পিছত স্পষ্ট হ’ব কিমান লোকে পাব নাগৰিকত্ৱ
  • ৫লাখৰ ওপৰত নাহে নাগৰিকত্ৱৰ আবেদন
  • দিল্লীত এই কথা জনালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
  • বৈঠকত ব্ৰু শৰণাৰ্থীৰ সমস্যাৰ সমাধান
  • ব্ৰু শৰণাৰ্থীৰ সমস্যাৰ বাবে ৬০০ কোটি টকাৰ পেকেজ
  • ত্ৰিপুৰাত সংস্থাপন কৰা হ’ব ব্ৰু শৰণাৰ্থীসকলক
  • ৩৪,০০০ শৰণাৰ্থীক বিশেষ বুজাবুজিৰে কৰা হ’ব সংস্থাপন
  •  দিল্লীত অমিত শ্বাহৰে বৈঠকত হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে’ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা