নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্ত:ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ শিক্ষাৰ্থীৰ সুনাম অর্জন

 বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰ সদৰ চহৰত থকা কোকৰাঝাৰ নৃত্য কলা একাডেমি নামৰ অনুষ্ঠানৰ শ্ৰীচা মিঞ্চ ,অনামিকা দাস , গুনগুন মিঞ্চ , মামনি উৰাও আদি নৃত্য শিল্পীয়ে গুৱাহাটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰু আন্ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নৃত্য প্ৰতিযোগীতা সাংস্কৃতিক সংগম নামৰ অনুষ্ঠানত অংশ গ্ৰহন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় । উক্ত শিক্ষাৰ্থী সকলোক সম্বৰ্ধনা জনায় । সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ সঞ্চালক প্ৰলয় দত্তৰ লগতে কেইবাজনো সমাজ সেৱকৰ উপৰি শিক্ষাৰ্থী সকলোৰ অবিভাৱক অবিভাবিকা সকল উপস্থিত থাকে ।

Niyomiya barta Dotoma

You might also like