নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মস্থানত মধ্যম, বিদ্যাত শুভ, দূৰ ভ্রমণ যোগ আছে, দাম্পত্যত শুভ, ঘৰ–বাৰী পৰিকল্পনাত উপকৃত হ’ব শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষ: কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে৷ শিৱ মন্দিৰ দর্শন কৰক, পিছবেলা ভ্রমণ নকৰিব, কমলা ৰং শুভ, শুভ সংখ্যা ৫৷
মিথুন: কর্মব্যস্ততা বাঢ়িব, আর্থিক সম্পত্তি লাভ কৰিব, দাম্পত্য মধ্যম৷ যান–বাহনৰ পৰা সতর্ক হওক, নীলা ৰং শুভ, শুভ সংখ্যা ৩৷
কর্কট: কর্মস্থানত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে, ধনাগমন বৃদ্ধি, আঁকোৰগোজ মনোভাবে ক্ষতি কৰিব, ভ্রমণত শুভ, নীলা ৰং শুভ, শুভ সংখ্যা ১৷
সিংহ: আর্থিকত মধ্যম, কর্মস্থান আশা কৰা মতে সফল হ’ব জ্ঞানী ব্যক্তিৰ দর্শনে অনুপ্রেৰণা স্বাস্থ্য মধ্যম, বগা ৰং শুভ, শুভ সংখ্যা ৫৷
কন্যা: দুঃসংবাদৰ যোগাযোগ আনন্দ দিব, কর্মক্ষেত্রৰ দায়িত্বৰ সম্পর্কে সচেতন থাকক, ক’লা গৰুক ৰুটী খুৱাব, শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
তুলা: কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব, শৰীৰ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব, ৰঙা শুভ ৰং, যান–বাহন ক্রয় কৰিব পাৰিব, শুভ সংখ্যা ৪৷
বৃশ্চিক: অত্যধিক পৰিশ্রম হ’ব পাৰে, কর্ম আৰু দাম্পত্য শুভ, দূৰ ভ্রমণ কৰিব পাৰিব, স্বাস্থ্যৰ উন্নতি, গণেশক পূজা কৰিব, হালধীয়া ৰং শুভ, শুভ সংখ্যা ৩৷
ধনু: কর্মক্ষেত্রত মাধ্যম, খৰচৰ মাত্রা বাঢ়িব, দুশ্চিন্তাই মনৰ অস্থিৰতা বাঢ়িব৷ শৰীৰৰ প্রতি যত্ন লওক, আনৰ কথাত গুৰুত্ব নিদিব আকাশী ৰং শুভ, শুভ সংখ্যা ৪৷
মকৰ: ব্যৱসায়–বাণিজ্য অধিক লাভৱান হ’ব, বিদ্যার্থী শুভ, কর্মস্থানত ব্যস্ততা বাঢ়িব, গোপন শত্রু বাঢ়িব, বেঙুনীয়া ৰং শুভ, শুভ সংখ্যা ৬৷
কুম্ভ: হঠাৎ অর্থলাভ হ’ব পাৰে৷ জটিল সমস্যাৰ পৰা মুক্ত হ’ব মানসিক সন্তুষ্টি লাভ কৰিব, সন্মান বৃদ্ধি পাব, কমলা ৰং শুভ, শুভ সংখ্যা ১৷
মীন: ব্যৱসায়ত শুভ, পদোন্নতিৰ যোগ, পাৰিবাৰিক শান্তি, বিদ্যাত মধ্যম, বন্ধুৰ পৰা আনন্দ লাভ, ৰঙা শুভ ৰং৷

You might also like