নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ বিনিয়োগ কৰোঁতে সাৱধান৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
বৃষ ঃ আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই নতুন দ্রব্য ক্রয় কৰিব পাৰে৷ বিদ্যাত একো বাধা নাই৷ নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
মিথুন ঃ আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়৷ কর্মক্ষেত্রত আশা কৰা মতে ফল পাব৷ প্রাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব৷ নতুন কামৰ চেষ্টাত দূৰ যাত্রা৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷
কর্কট ঃ ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি৷ আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব৷ আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব৷ ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
সিংহ ঃ শৰীৰ খুব ভাল বুলিব নোৱাৰি৷ তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ বাহিৰলৈ যোৱাৰ সম্ভাৱনা৷ সৰু–সুৰা আঘাতৰ বাবে সতর্ক হওক৷ প্রেমত উৎসাহ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
কন্যা ঃ ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব৷ শাৰীৰিক সামান্য উন্নত৷ পঢ়া–শুনাত থকাসকলে বিশেষ যত্ন কৰক৷ ব্যৱসায়ত বাধা নাই৷ প্রেমত বেয়া দেখা নাযায়৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
তুলা ঃ আর্থিকত কষ্ট দেখা যায়৷ প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত৷ আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক৷ শৰীৰ ভালে ৰাখক৷ ভ্রমণত আহুকাল৷ দাম্পত্য শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷
বৃশ্চিক ঃ সাহসিকতাৰে কর্মত আগুৱাৰ চেষ্টা কৰক৷ কর্মক্ষেত্রত যোগ্যতা ৰখাৰ চেষ্টা কৰক৷ খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ উদ্বেগ আদিৰ কিছু সমাধানৰ আশা৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৬৷
ধনু ঃ আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ৷ কর্মজীৱনৰ শুভাৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা সামাজিক কামত খ্যাতি লাভ৷ শাৰীৰিক শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
মকৰ ঃ বিদ্যাত মধ্যম৷ দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে৷ পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
কুম্ভ ঃ ব্যৱসায়ীসকল সতর্ক থাকক৷ কর্মক্ষেত্রত বাধাৰ মাজেদি সফলতা পাব শৰীৰৰ প্রতি চিন্তা কৰা দৰকাৰ৷ ঘৰুৱা মতান্তৰ৷ যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
মীন ঃ কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক৷ কাৰোৱাৰ বাবে মনত দুখ পাব পাৰে৷ ভাই–ভনীৰ বিয়াৰ কথাত সুখী হ’ব৷ আর্থিক দিশত সতর্ক হওক৷ ভ্রমণ পাৰিলে স্থগিত ৰাখক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷

You might also like