নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মস্থানত মদ্যম, সূর্য পূজা কৰক, ঘৰুৱা সামগ্রীৰ ওপৰত নদৰ দিয়ক, ব্যয় বৃদ্ধি, শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
বৃষ: পৰিৱেশ অস্থিৰ হ’ব৷ শৰীৰৰ প্রতি যত্ন লওক, কর্মত শুভ, দুখীয়াক অন্ন দান কৰক, কমলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ১৷
মিথুন: কর্মদক্ষতাৰ ওপৰত সা–সন্মান বৃদ্ধি, ভ্রমণত মধ্যম, বিদ্যাত কিছু জটিলতা আছে৷ ব্যয় বৃদ্ধি, গোপন শত্রু বৃদ্ধি, গুলপীয়া শুভ ৰং, শুভ সংখ্যা ৫৷
কর্কট: কর্মব্যস্ততা বৃদ্ধি, দুখীয়াক অন্ন–বস্ত্র দান কৰক, শত্রু নাশ, খৰচৰ মাত্রা বৃদ্ধি, সোণালী শুভ ৰং, শুভ সংখ্যা ৪৷
সিংহ: তীর্থ ভ্রমণৰ যোগ, লেখক, ৰাজনীতিবিদ, সমাজকর্মী আদিৰ সন্মান বৃদ্ধি, আয় বৃদ্ধি, প্রেমত বাধা, শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
কন্যা: কোনো শুভ সংবাদ পাব পাৰে, প্রেমত কষ্ট, ভ্রমণত শুভ, শত্রুৰ পৰা সাৱধান, নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩৷
তুলা: কর্মত উন্নতিৰ যোগ৷ নতুন বিদ্যাত ফলৱতী হ’ব৷ হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে৷ প্রেমত মধ্যম, ভ্রমণ নকৰাই ভাল, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮৷
বৃশ্চিক: কর্মত উদাৰতা থাকিব, প্রেমত শুভ৷ মন্দিৰ দর্শনে আনন্দ দিব, মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
ধনু: কর্মস্থানত ধৈর্যৰ প্রয়োজন, যান–বাহনৰ পৰা সাৱধান, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
মকৰ: কর্মস্থানত উন্নতিৰ যোগ, কোনো প্রভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৩৷
কুম্ভ: কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব৷ ধর্মস্থান ভ্রমণত আনন্দিত হ’ব৷ চিন্তাশীল আৰু জনহিতকৰ কামত সুফল, শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮৷
মীন: কার্যসিদ্ধি হ’ব৷ নীলম ৰত্ন ধাৰণ কৰিব৷ বন্ধুবর্গৰ পৰা সহায় পাব৷ খৰচ বৃদ্ধি৷ শত্রু কমিব, দাম্পত্যত মধ্যম৷ ক্রীম শুভ ৰং, শুভ সংখ্যা ৫৷

You might also like